{"title":"Assamese","description":"","products":[{"product_id":"cheenta-assamese","title":"Cheenta (Assamese)","description":"\u003cp\u003eএই কিতাপখনত ব্যৱহাৰ কৰা কাগজ নবীকৰনযোগ্য বাগিচাৰ পৰা পোৱা কাঠৰ পৰা তৈয়াৰ কৰা হৈছে।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44609955397889,"sku":"9789394552418","price":60.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T155131.512.png?v=1755858106"},{"product_id":"pyari-madam-assamese","title":"Pyari Madam (Assamese)","description":"মৰমৰ বাইদেউ,\u003cbr\u003e\u003cbr\u003eশুনিছো আপোনাৰ জ্বৰ হৈছে। অসুখ হ'লে আমাৰ মায়ে দৰৱ বনাই। আপুনিও বনাই খাব তেতিয়া সোনকালে সুস্থ হব। তাৰপাছত আৰামত উভতি আহিব। সম্পূর্ণ সুস্থ হোৱাৰ পাছতহে। আমাৰ কাৰনে চিন্তা নকৰিব।লাভলী মেডাম","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44609961591041,"sku":"9789394552432","price":100.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/AssamiyaPyarimadam-AssamiyaCover-2_edef6e20-80b3-434d-8ee6-640de32e6563.jpg?v=1709988650"},{"product_id":"the-laughing-onion-assamese","title":"The Laughing Onion (Assamese)","description":"\u003cp\u003eছবিৰ কাহিনী কিয়?\u003cbr\u003e\u003cbr\u003eপঢ়িবলৈ শিকা শিশু বা যি সকলে শেহতীয়াকৈ পঢ়িবলৈ শিকিছে তেওঁলোকক এই নতুন দক্ষতা পৰীক্ষা কৰিবলৈ বহুত কাহিনীৰ প্ৰয়োজন।\u003cbr\u003e\u003cbr\u003eচিনাকি প্রসংগক কেন্দ্ৰ কৰি থোৱা কাহিনী, য'ত মাত্র কেইটামান চৰিত্ৰই নতুন পৰিস্থিতিৰ সন্মুখীন হৈছে, নতুন প্ৰশ্নৰ সৈতে যুঁজি আছে। কাহিনীটোত কিছুমান শব্দ বা বাক্য আওৰাই থাকিব লাগে আৰু লগতে নতুন কিবা এটাও থাকিব লাগে। ছবিৰ কাহিনীয়ে পঢ়ি থকা শিশু সকলক এই সুযোগ সমূহ প্ৰদান কৰে। ছবিৰ কাহিনীৰ কিতাপত বহুত ছবি থাকিব লাগে যি বোৰৰ আকর্ষণীয় বিবৰণ থাকে আৰু বিছাৰি উলিওৱা, আৰু কৰিবলৈ খেলাৰ সুযোগ সৃষ্টি কৰে। প্ৰতিটো পৃষ্ঠাতে ছবিখনে কোরা কথাখিনি সম্পূর্ণ কৰি এটা বা দুটা সহজ বাক্য থাকিব লাগে। এনে বাক্য পঢ়ি শিশুরে কাহিনীটোৰ অৰ্থ বুজিবলৈ সক্ষম হয়।\u003cbr\u003e\u003cbr\u003eভাল ছবি কাহিনীবোৰ ল'ৰা-ছোৱালীৰ লগত বহুত দিন থাকে।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44609969553665,"sku":"9789394552500","price":100.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T155627.307.png?v=1755944797"},{"product_id":"while-the-men-went-hunting-what-did-the-women-do-assamese","title":"While the men went hunting, what did the women do? (Assamese)","description":"শিলৰ চিত্ৰৰ ওপৰত ভিত্তি কৰি শিলৰ যুগৰ মহিলাসকলে কি কৰিছিল তাৰ এক অনুসন্ধান।\u003cbr\u003e\u003cbr\u003eচি. এন সুব্রমনিয়াম একলব্য সমাজ বিজ্ঞান কাৰ্যসূচীৰ সৈতে জড়িত; ইতিহাস আৰু ইয়াৰ লগত জড়িত বিষয়ৰ ওপৰত লিখি ভালপায়।","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44609970176257,"sku":"9789394552456","price":35.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T155504.734.png?v=1755944716"},{"product_id":"three-friends-assamese","title":"Three Friends (Assamese)","description":"\u003cp\u003eৰঙা, হালধীয়া আৰু নীলাই নতুন লগৰীয়া বিচাৰি ওলালে।\u003cbr\u003e\u003cbr\u003eসিহঁতে কি পায়?\u003cbr\u003e\u003cbr\u003eপ্রস্তুতকর্তাঃ তন্দ্ৰ কুমাৰ\u003cbr\u003e\u003cbr\u003eতুমিও ব'লা সিহঁতৰ লগত এই ৰঙীন যাত্রাত।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44609971028225,"sku":"9789394552517","price":80.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T155349.266.png?v=1755944648"},{"product_id":"billi-ke-bachche-assamese","title":"Billi ke Bachche (Assamese)","description":"\u003cp\u003eতিনিটা সৰু মেকুৰী পোৱালি, এটা ক'লা, এটা ধোঁৱাবৰণীয়া আৰু এটা বগা।\u003c\/p\u003e\n\u003cp\u003e\u003cem style=\"color: #636363; font-family: 'Segoe UI', Helvetica, sans-serif; line-height: normal;\"\u003e\u003cu\u003e\u003cstrong\u003eREVIEWS :-\u003c\/strong\u003e\u003c\/u\u003e\u003c\/em\u003e\u003c\/p\u003e\n\u003cp\u003e\u003cstrong style=\"font-family: Arial, Helvetica, sans-serif; font-size: 14px; line-height: 22px;\"\u003eबाल पुस्तके : महत्व ,चुनाव और उपयोग (कमलेश चन्द्र जोशी )\u003c\/strong\u003e\u003cspan style=\"font-family: Arial, Helvetica, sans-serif; font-size: 14px; line-height: 22px;\"\u003e - for reading in PDF format click \u003ca href=\"http:\/\/www.eklavya.in\/pdfs\/Books\/Reviews\/Review-mehtva_chunao_or_upyog.pdf\"\u003ehere\u003c\/a\u003e .\u003c\/span\u003e\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610091155713,"sku":"9789394552470","price":85.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T155015.365.png?v=1755858029"},{"product_id":"mattie-sit-down-sit-down-mattie-assamese","title":"Mattie Sit down, Sit down Mattie (Assamese)","description":"\u003cp\u003eমিগমে ছবি আঁকি ভাল পাইছিল। কিন্তু সি কেরল বহি আঁকিব পৰা নাছিল। অলপ দৌৰিব, অলপ নাচিব, তাৰ পাছত অলপ আঁকিব। ক্লাছৰ আন লৰা-ছোৱালী বোৰেও সিঁহতৰ দৰে সিঁও বহি থকাটো বিচাৰিছিল। মিগমে কি কৰিলে যিয়ে তেওঁক আঁকিবলৈ সহায় কৰিলে?\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610095055105,"sku":"9789394552524","price":120.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T155233.975.png?v=1755944567"},{"product_id":"patang-ki-karamat-assamese","title":"Patang Ki Karamat (Assamese)","description":"\u003cp\u003eচমৎকাৰি চিলা\u003cbr\u003e\u003cbr\u003eচিলা উৰি গ'ল আৰু আকাশত উৰি থাকিল। আকৌ জোনবাইত লাগি ধৰিল। যেতিয়া পৃথিবীলৈ উভতি আহিল লগত কি লৈ আহিছিল? পড়া আৰু জানা\u003cbr\u003e\u003cbr\u003eপ্রিয়া ধুবে: ভূপালৰ গংগা নগৰৰ দেৱতা বস্তিত বাস কৰে। তেওঁ সপ্তম শ্রেণীত পড়ে যদিও তাই স্কুললৈ যাবলৈ একেবাৰে ভাল নাপায়। প্রিয়াই মাটিৰ খেলনা আৰু ছবি আঁকি ভালপায়। অন্তর্মুখী স্বভাৱৰ প্ৰিয়াই ঘৰত আজৰি সময়ত গল্পৰ কিতাপ পঢ়ে। বহুত মানুহৰ লগত বন্ধুত্বপূৰ্ণ নহয় যদিও নিজৰ সমাজৰ লৰা-ছোৱালীৰ লগত খেলি ভাল পায়। মৃস্কান সংস্থান কেন্দ্রত অধ্যয়ন কৰি থকা সময়ত সৌম্যা মেননৰ পৰা এনিমেচন শিকি থাকোঁতে তেওঁ এই গ্ৰন্থখনৰ বাবে চিত্ৰকল্প নিৰ্মান কৰিছিল।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610102821121,"sku":"9789394552487","price":65.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T154848.176.png?v=1755857944"},{"product_id":"the-sea-in-a-bucket-assamese","title":"The Sea In A Bucket (Assamese)","description":"চুনুৱে পানী ভৰাই দিবলৈ সাজু আছিল: কিন্তু হ্ৰদৰ পৰা, নদীৰ লগে লগে, পাহাৰ বগাই আৰু সাগৰত ডুব মাৰি সিহঁতে পানীৰ লগত এটা যাত্ৰত গৈ আছে। আকর্ষণীয় ছবি আৰু শেষত লুকাই থকা এটা উপহাৰৰ এই কিতাপখন আমাৰ চাৰিওফালে থকা বস্তুৰ ভিতৰৰ গভীৰ সম্পকৰ প্ৰতি দৃষ্টি আকর্ষণ কৰে। এই পানীৰ কাহিনী কণমানি আৰু বয়োজ্যেষ্ঠ সকলৰ বাবে প্রস্তুত।","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610116387073,"sku":"9789394552449","price":80.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T155109.537.png?v=1755944483"},{"product_id":"guthli-to-pari-hai-assamese","title":"Guthli to Pari Hai (Assamese)","description":"গুটলী সকলোৰে মৰমীয়াল আছিল। সি নিজৰ বন্ধু চুজিৰ লগত সদায় আনন্দৰে থাকিছিল।\u003cbr\u003e\u003cbr\u003eএদিনাখন সি নিজৰ পছন্দৰ ফ্ৰক পিন্ধি আছিল। তাৰ পিন্ধা ফ্ৰক নিপিন্ধিবলৈ কৈছিলে।\u003cbr\u003e\u003cbr\u003eগুটলীৰ পছন্দৰ ফ্ৰকটো কিয় তাক পিন্ধিবলৈ নিদিলে? আচলতে গুলী কোন হয়?","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610133229825,"sku":"9789394552494","price":100.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T154957.241.png?v=1755944412"},{"product_id":"oo-too-assamese","title":"Oo \u0026 Too (Assamese)","description":"আমাৰ প্ৰাপ্ত বয়স্ক জীৱনত নাটক, চিনিমা, সমাবেশ, ছবি প্রদর্শন আদিৰ ধৰণবোৰ মনটোক আনন্দ, শান্তি আৰু ৰোমাণ্টিক সুখ প্ৰদান কৰা বস্তুবোৰৰ ভিতৰত অন্যতম। শিশুৰ জীৱনত গল্পৰ স্থান এয়া। ইয়াৰ ভিত্তিত ক'ব পাৰি যে ও আৰু টু কাহিনীটো এটা নিখুঁত শিশু কাহিনী। ইয়াত বুদ্ধিক জিৰণি দিয়া হয়, ভাষা ধুনীয়া, মন ভৰি যায় আৰু তাত হাস্যৰস থাকে। ও আৰু টু ৰ দৰে চৰিত্ৰবোৰ মনোৰঞ্জন দিয়ে। খাদ্য খোৱা, টকা পোৱা, শাক-পাচলি অনা ইত্যাদি দৈনন্দিন জীৱনত সাধাৰণ কথা, গতিকে সেইবোৰ বুজিবলৈ মনৰ ওপৰত হেঁচা দিয়াৰ প্ৰয়োজন নাই। সেইবাবে কাহিনী হৈয়ে থাকে, সেয়া পাঠ বা শিক্ষা নহয়। হয়, গল্পকাৰে শাক-পাচলি আনি ইমান ধুনীয়াকৈ খোৱাৰ দৰে সাধাৰণ ঘৰুৱা বিষয় এটা বনোৱাৰ দক্ষতাত আচৰিত হয়।\u003cbr\u003e\u003cbr\u003e- তাৰাবাই মোডক","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610146369793,"sku":"9789394552425","price":60.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T154709.619.png?v=1755857845"},{"product_id":"khichadi-ek-lok-katha-assamese","title":"Khichadi….. Ek Lok Katha (Assamese)","description":"\u003cpre dir=\"ltr\" data-ved=\"2ahUKEwiouviK6OeEAxUX7TgGHQLzDE0Q3ewLegQIBRAU\" id=\"tw-target-text\" data-placeholder=\"Translation\" class=\"tw-data-text tw-text-large tw-ta\"\u003e\u003cspan lang=\"as\" class=\"Y2IQFc\"\u003eবীৰজু আৰু তেওঁৰ খিচড়িৰ প্ৰতি থকা প্ৰেমৰ এক আমোদজনক কাহিনী। এই \u003cbr\u003eকিতাপখনে কাহিনী আৰু ৰূপ দুয়োটাৰে বাবে শ্ৰেণীকোঠাৰ উচ্চস্বৰে পঢ়িব পৰাকৈ \u003cbr\u003eএটা ভাল সম্পদ কৰি তোলে। খিচদি... এক লোক কথা হিন্দী ভাষাৰ প্ৰথমখন গ্ৰন্থ \u003cbr\u003eযিখন ডাঙৰ কিতাপৰ আকাৰত উপলব্ধ।\u003c\/span\u003e\u003c\/pre\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":44610150203649,"sku":"9789394552463","price":60.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T131831.610.png?v=1755848922"},{"product_id":"main-bhi-assamese","title":"Main Bhi (Assamese)","description":"\u003cp\u003e\"মই আকৌ সাঁতুৰিবলৈ যাঁও,\" হাঁহৰ পোৱালিটোৱে ক'লে। কুকুৰাৰ পোৱালিটোৱে ক'লে, “মই নাযাঁও।”\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":45134559183105,"sku":"9788119771158","price":50.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T131141.847.png?v=1755848522"},{"product_id":"nav-chali-assamese","title":"Nav Chali (Assamese)","description":"","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":45134564688129,"sku":"9788119771288","price":40.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T131028.425.png?v=1755848442"},{"product_id":"what-a-song-assamese","title":"Geet Ka Kamal!  (Assamese)","description":"\u003cp\u003eএখন গাঁৱৰ এগৰাকী মহিলাৰ চিন্তা। কিয়? - কাৰণ তাই কোনো গীত গাব নাজানে। গতিকে গীত বিছাৰি তাই লৰা -ঢপৰা আৰম্ভ হ'ল। অৱশেষত তাই এটা গীত বিচাৰি পালে। আৰু কি যাদুকৰী গীত!\u003c\/p\u003e\n\u003cp\u003eকেনেকৈ পালে আৰু গীতটোৱে কি যাদু কৰিলে? এই কথা তুমি কিতাপখনৰ ভিতৰতে গম পাবা।\u003c\/p\u003e\n\u003cp\u003e\u003cem style=\"color: rgb(99, 99, 99); font-family: 'Segoe UI', Helvetica, sans-serif; line-height: normal;\"\u003e\u003cu\u003e\u003cstrong\u003eREVIEWS :-\u003c\/strong\u003e\u003c\/u\u003e\u003c\/em\u003e\u003cbr\u003e\u003cbr\u003e\u003cem style=\"font-family: Arial, Helvetica, sans-serif; font-size: 14px; line-height: 22px;\"\u003e\u003cstrong\u003eWhat a Song!\u003c\/strong\u003e\u003c\/em\u003e\u003cspan style=\"font-family: Arial, Helvetica, sans-serif; font-size: 14px; line-height: 22px;\"\u003e on Young India Books, for detailed review click \u003ca href=\"http:\/\/www.youngindiabooks.com\/bookrev\/what-song-0\"\u003ehere\u003c\/a\u003e .\u003c\/span\u003e\u003cbr\u003e \u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":45134576189697,"sku":"9788119771257","price":100.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T153324.351.png?v=1755943418"},{"product_id":"o-harial-ped-o-flowering-tree-assamese-mising","title":"O Harial Ped - O Flowering Tree (Assamese-Mising)","description":"\u003cp\u003eএটা দ্বিভাষিক (অসমীয়া-মিছিং) উড়িয়া লোককথাই জীৱনৰ চক্ৰীয় আৰু আন্তঃসংলগ্ন স্বৰূপ সুন্দৰকৈ দেখুৱাইছে। জানি লওক, ফুলৰ গছজোপাৰ কি হয় আৰু পিঁপৰাৰ সৈতে ইয়াৰ সংযোগ।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":45137056923905,"sku":"9788119771240","price":40.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T153148.751.png?v=1755943334"},{"product_id":"baanka-assamese","title":"Baank-Folk Tale (Assamese)","description":"\u003cp\u003e৮ বছৰীয়া জুমাই আইতাকক এটা সাধু ক'বলৈ আব্দাৰ কৰিলে। সাধুটো হ'ল এখন বিলত থকা এটা অদৃশ্য বাঁৰ কাহিনী। বাঁটোৱে মাছ খায় বৰ ভাল পায়।\u003c\/p\u003e\n\u003cp\u003eকিন্তু তাৰ বিলত লাহে লাহে মাছবোৰ কমি গ'ল। মাছবোৰ কিয় কমি গ'ল? আৰু বাঁক্টোৱে কি কৰিলে? আইতাই কোৱা এই অদৃশ্য বাঁক্‌ক্ৰ সাধুটো জানিবলৈ আহা, কিতাপখন পঢ়া।\u003c\/p\u003e\n\u003cp\u003e \u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":45137720443137,"sku":"9788119771387","price":70.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-23T153022.337.png?v=1755943239"},{"product_id":"so-ja-ulloo-big-book-assamese","title":"So Ja Ulloo- Big Book (Assamese)","description":"\u003cp\u003eডাঙৰৰ বাবে কিছু কথা\u003c\/p\u003e\n\u003cp\u003eডাঙৰ কিতাপ - ই সৰু ল'ৰা-ছোৱালীক কিতাপ আৰু পঢ়াৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক উত্তম উপায়। যদি কোনো এটা কাহিনী গোটত ছবি দেখুৱাই শিশুক\u003c\/p\u003e\n\u003cp\u003eক'ব লাগে বা শ্ৰেণীৰ সকলো ল'ৰা-ছোৱালীয়ে একেলগে কিতাপ পঢ়িব লাগে, তেন্তে সাধাৰণ আকাৰৰ কিতাপ এখন সৰু হয়। সেইবাবেই প্ৰাৰম্ভিক পৰ্যায়ৰ পঢ়ুৱৈৰ বাবে এই ডাঙৰ কিতাপবোৰ এতিয়া ভাষাৰ শ্ৰেণীকোঠাত বিশেষকৈ পঢ়া শিকোৱাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। কিন্তু ভাৰতীয় ভাষাত ডাঙৰ ডাঙৰ কিতাপ এতিয়াও বিৰল। এই প্ৰসংগত কৰা প্ৰচেষ্টাসমূহৰ ভিতৰত এটা হ'ল \"শুই যোৱা ফেঁচা।\" \"শুই যোৱা ফেঁচা\" পেট হচিষ্ণৰ লোকপ্রিয় চিত্র কাহিনী Good-night, Owl| ৰ পৰা অনুপ্ৰাণিত হৈ শিশুৰ কাৰ্যকলাপ, কিশোৰ ভাৰতীৰ দ্বাৰা আশীৰ দশকত ৰূপান্তৰিত কৰা হৈছিল আৰু ভুৰিবাইয়ে পুনৰ কল্পনা কৰিছিল। এই কিতাপখন শিশুৰ সৈতে ব্যৱহাৰ কৰাৰ সময়ত কাহিনীটো পঢ়ি থাকোঁতে তেওঁলোকক চৰিত্ৰ আৰু পৰিঘটনাৰ বিষয়ে প্রশ্নোত্তৰ সুধিব। তেওঁলোকৰ লগত প্ৰতিখন ছবিৰ বিষয়ে কথা পাতিব। শিশু সকলক মধ্য প্রদেশ এই ভিলী শৈলীৰ চিত্ৰকলাৰ বিশালতাত.\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":46281926312193,"sku":"978-81-19771-5-4","price":180.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T161637.486.png?v=1755859617"},{"product_id":"khichadi-ek-lok-katha-big-book-assamese","title":"Khichadi…. Ek Lok Katha Big Book (Assamese)","description":"\u003cp\u003eডাঙৰ সকলৰ বাবে কিছু কথা\u003c\/p\u003e\n\u003cp\u003eডাঙৰ কিতাপ-ই সৰু ল'ৰা-ছোৱালীক কিতাপ আৰু পঢ়াৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক উত্তম উপায়। যদি কোনো কাহিনী এটা গোটত ছবি দেখুৱাই শিশুক ক'ব লাগে বা শ্ৰেণীৰ সকলো ল'ৰা-ছোৱালীয়ে একেলগে কিতাপ পঢ়িব লাগে, তেন্তে সাধাৰণ আকাৰৰ কিতাপ এখন সৰু হয়। সেইবাবেই প্ৰাৰম্ভিক পৰ্যায়ৰ পঢ়ুৱৈৰ বাবে এই ডাঙৰ কিতাপবোৰ এতিয়া ভাষাৰ শ্ৰেণীকোঠাত বিশেষকৈ পঢ়া শিকোৱাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। কিন্তু ভাৰতীয় ভাষাৰ ডাঙৰ আকাৰৰ কিতাপ এতিয়াও বিৰল। এই প্ৰসংগত কৰা প্ৰচেষ্টাসমূহৰ ভিতৰত এটা হ'ল- খিচিৰি।\u003c\/p\u003e\n\u003cp\u003eখিচিৰি শীৰ্ষক এই লোককথাটি শিশুসকলে হয়তো আগতেও শুনিছে। সেইবাবেই ইয়াৰ ব্যৱহাৰ পঢ়িবলৈ শিকাত সহায়ক হয়। এই কিতাপখন শিশুৰ সৈতে ব্যৱহাৰ কৰাৰ সময়ত কাহিনীটো পঢ়ি থাকোঁতে তেওঁলোকক চৰিত্ৰ আৰু পৰিঘটনাৰ বিষয়ে প্রশ্নোত্তৰ সুধিব। তেওঁলোকৰ লগত প্ৰতিখন ছবিৰ বিষয়ে কথা পাতিব। শিশু সকলক মধ্যপ্ৰদেশৰ এই ভিলী শৈলীৰ চিত্ৰকলাৰ বিশালতাত হেৰাই যোৱাৰ সম্পূৰ্ণ সুযোগ দিব।\u003c\/p\u003e\n\u003cp\u003eএই ডাঙৰ কিতাপখনৰ লগতে এই কাহিনীৰ এখন সৰু কিতাপও বনোৱা হৈছে যিখন প্ৰতিটো শিশুৰ বাবে, যাতে তেওঁলোকে পিছতো কাহিনীটো পঢ়িব পাবে। এই ডাঙৰ কিতাপখন শ্রেণীকোঠাত বা ডাঙৰ গোটত ব্যৱহাৰ কৰাৰ সময়ত সু-নিশ্চিত কৰিব যে প্ৰতিটো শিশুৰ লগত ইয়াৰ সৰু সংস্কৰণটো উপলব্ধ থাকে।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":46281982968065,"sku":"978-81-19771-37-0","price":160.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/Khichadi_Assame_1.png?v=1747296113"},{"product_id":"geet-ka-kamaal-big-bookassamese","title":"Geet Ka Kamaal  Big Book(Assamese)","description":"\u003cp\u003eএখন গাঁৱৰ এগৰাকী মহিলাৰ চিন্তা। কিয়? - কাৰণ তাই কোনো গীত গাব নাজানে। গতিকে গীত বিছাৰি তাই লৰা - ঢপৰা আৰম্ভ হ'ল। অৱশেষত তাই এটা গীত বিচাৰি পালে। আৰু কি যাদুকৰী গীত!\u003c\/p\u003e\n\u003cp\u003eকেনেকৈ পালে আৰু গীতটোৱে কি যাদু কৰিলে? এই কথা তুমি কিতাপখনৰ ভিতৰতে গম পাবা।\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":46282072850689,"sku":"978-81-1977-159-2","price":240.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/COVER_-_2025-08-22T161406.013.png?v=1755859491"},{"product_id":"appukuttan-ko-tolein-kaise-big-book-assamese","title":"Appukuttan Ko Tolein Kaise? Big Book (Assamese)","description":"\u003cp\u003eযেতিয়া সৰু ৰাজকুমাৰে অপুকুত্তনক ৰাতিপুৱাৰ আহাৰ দি আছিল, তেতিয়া তেওঁৰ মনলৈ এটা প্রশ্ন আহিল, \"অপুৰ ওজন কিমান হ'ব?\"\u003c\/p\u003e\n\u003cp\u003eঅতি সোনকালেই গোটেই ৰাজ্যই এই প্ৰশ্নৰ সমাধান বিচাৰিবলৈ আৰম্ভ কৰিলে।\u003c\/p\u003e\n\u003cp\u003eআৰু কণমানি মীনুৱে সমাধান বিচাৰি পালে।\u003c\/p\u003e\n\u003cp\u003eকেনেকৈ?\u003c\/p\u003e\n\u003cp\u003eসেইটো তুমি কাহিনীটো পঢ়ি বিচাৰি উলিওৱা...\u003c\/p\u003e","brand":"Eklavya","offers":[{"title":"Default Title","offer_id":46282115055873,"sku":"978-81-19771-73-8","price":200.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0663\/4589\/4145\/files\/Appukuttan_Big_Asseme_1.png?v=1747296113"}],"url":"https:\/\/eklavyapitara.in\/collections\/assamese.oembed","provider":"Eklavya Pitara","version":"1.0","type":"link"}