1
/
of
1
The Laughing Onion (Assamese)
The Laughing Onion (Assamese)
No reviews
Author: Arun Elassery
Translator: Ayang Trust & The Hummingbird School Family
Illustrator: Anita Verma
ISBN: 978-93-94552-50-0
Binding: Paperback
Language: Assamese
Pages: 20
Published: Mar-23
Regular price
₹ 100.00
Regular price
Sale price
₹ 100.00
Taxes included.
Shipping calculated at checkout.
Quantity
Couldn't load pickup availability
Share
ছবিৰ কাহিনী কিয়?
পঢ়িবলৈ শিকা শিশু বা যি সকলে শেহতীয়াকৈ পঢ়িবলৈ শিকিছে তেওঁলোকক এই নতুন দক্ষতা পৰীক্ষা কৰিবলৈ বহুত কাহিনীৰ প্ৰয়োজন।
চিনাকি প্রসংগক কেন্দ্ৰ কৰি থোৱা কাহিনী, য'ত মাত্র কেইটামান চৰিত্ৰই নতুন পৰিস্থিতিৰ সন্মুখীন হৈছে, নতুন প্ৰশ্নৰ সৈতে যুঁজি আছে। কাহিনীটোত কিছুমান শব্দ বা বাক্য আওৰাই থাকিব লাগে আৰু লগতে নতুন কিবা এটাও থাকিব লাগে। ছবিৰ কাহিনীয়ে পঢ়ি থকা শিশু সকলক এই সুযোগ সমূহ প্ৰদান কৰে। ছবিৰ কাহিনীৰ কিতাপত বহুত ছবি থাকিব লাগে যি বোৰৰ আকর্ষণীয় বিবৰণ থাকে আৰু বিছাৰি উলিওৱা, আৰু কৰিবলৈ খেলাৰ সুযোগ সৃষ্টি কৰে। প্ৰতিটো পৃষ্ঠাতে ছবিখনে কোরা কথাখিনি সম্পূর্ণ কৰি এটা বা দুটা সহজ বাক্য থাকিব লাগে। এনে বাক্য পঢ়ি শিশুরে কাহিনীটোৰ অৰ্থ বুজিবলৈ সক্ষম হয়।
ভাল ছবি কাহিনীবোৰ ল'ৰা-ছোৱালীৰ লগত বহুত দিন থাকে।
